रायज्लाय भासा (Bodo) [ Roman: raj.lai.nai bha.sa]
Loading AI analysis...
Loading Wikipedia extract...
Contributed by: Karishma Boro on 2023-09-06
1. Language-Linguistics(Abstract Noun) the form of language used in oral communication. ভাষাৰ কথিত অৰ্থাত কথা বতৰাত ব্যৱহাৰ হোৱা, মুখেৰে কোৱা ৰূপ। কোনো ভাষাৰ লিখিত ৰূপ নাথাকিলেও সকলো ভাষাৰ কথিত ৰূপ থাকেই। কিছুমান ভাষাত মান্য কথিত ৰূপ (standard colloquial)এটাও থাকে। বহু ভাষা তাত্বিকৰ মতে কথিত ৰূপেই ভাষাৰ মৌলিক ৰূপ। কথিত ভাষাৰ সূক্ষ্মতম একক হৈছে বৰ্ণ (phoneme)।